মৃত্যু হৈছে নেকি Mr. Beanৰ?

ছ’চিয়েল মিডিয়াই যেনেকৈ এজন ব্যক্তিৰ জীৱন গঢ়াত সহায় কৰিব পাৰে, ঠিক তেনেকৈ ই কেতিয়াবা কাৰোবাৰ মৃত্যুৰ বিষয়ে উৰাবাতৰিও বিয়পাব পাৰে। এনে উদাহৰণ বহুত আছে। অতীতত এনে বহু ঘটনা ঘটি গৈছে যাৰ বাবে চেলিব্ৰেটীসকলে মনোকষ্টত ভূগিছিল। এই তালিকাখনত শেহতীয়াকৈ সন্নিৱিষ্ট হৈছে অভিনেতা ৰোৱান এটকিনছনৰ নাম। মিষ্টাৰ বীনৰ আইকনিক চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত, ব্ৰিটিছ অভিনেতাজন অলপতে তেওঁৰ মৃত্যুৰ মিছা প্ৰতিবেদনৰ ভুক্তভোগী হৈছে। তেওঁৰ মৃত্যু সম্পৰ্কে এটা মিছা কথা বিয়পাৰ পিছত অনুৰাগীসকল ব্যথিত হৈছে। কিয়নো তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল যে, তেওঁলোকৰ আটাইতকৈ মৰমৰ মিষ্টাৰ বীনৰ মৃত্যু হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেলিকাষ্টাৰ ফক্স নিউজৰ দৰে কাম কৰা এটা টুইটাৰ হেণ্ডেলে ৰোৱান এটকিনছনৰ মৃত্যুৰ মিছা কথা বিয়পাই দিয়াৰ পিছত ৰোৱান এটকিনছনৰ মৃত্যুৰ সন্দৰ্ভত প্ৰচাৰ হৈছিল।

হেণ্ডেলটোৰ টুইটটোত লিখা আছিল, “FOX BREAKING NEWS : Mr. Bean (Rowan Atkinson) died at 58 after car accident.” Another similar tweet said: “English comedian and actor Rowan Atkinson aka Mr Bean is feared to be dead with reports of the 58-year-old actor getting killed in a car crash on March 18, 2017.”

মিষ্টাৰ বীনকলৈ চিন্তিত লোকসকলৰ বাবে, এই তথ্যটো সম্পূৰ্ণৰূপে মিছা আৰু লগতে তথ্যগতভাৱে অশুদ্ধ কিয়নো ২০১৭ চনত, ৰোৱান এটকিনছনৰ বয়স আছিল ৬২ বছৰ, ৫৮ বছৰ নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...