আন্তঃৰাষ্ট্ৰীয়

ভাৰতত নিষিদ্ধ; কিন্তু মণিপুৰত কিদৰে ওলাল ইলন মাস্কৰ ষ্টাৰলিংক ডিভাইচ?

শেহতীয়াকৈ মণিপুৰত উগ্ৰপন্থীৰ পৰা উদ্ধাৰ কৰা হৈছে ষ্টাৰলিংক ডিভাইচ। যদিও সেই কাণ্ডৰ পিছত ইলন মাস্কে দাবী কৰিছিল যে, এই ডিভাইচটো ষ্টাৰলিংকৰ নহয়। এইটো ভুৱা।...

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ব আন্দামান-নিকোবৰৰ জাৰৱা সম্প্রদায়ৰ

আন্দামান আৰু নিকোবৰ দ্বীপসমূহৰ অন্যতম বৈশিষ্ট্য হৈছে জাৰৱা সম্প্রদায়ৰ লোকসকল। আধুনিক বিশ্বত আদিম জীৱনশৈলীৰে বাস কৰা এই জাৰৱা সম্প্রদায়ৰ লোকসকলক শেহতীয়াভাৱে আন্দামান আৰু নিকোবৰ...

আৰম্ভ হ’ল AIৰ ৰাজত্ব… চলিত বর্ষত আমেৰিকাত অনেকেই হেৰুৱাব কর্মসংস্থাপন

চলিত বর্ষটোত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ দপদপনি চলিব। AIৰ বাবে চলিত বর্ষটোত বহু লোকে কর্মসংস্থান হেৰুওৱাৰ আংশকা প্রবল হৈ পৰিছে। আমেৰিকাত এমাজন, বোয়িং আৰু স্পিৰিট...

পুনৰ বিশ্বৰ বুকুত উজলি উঠিল অসম

পুনৰ বিশ্বৰ বুকুত উজলি উঠিল অসম। ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ বিশ্বৰ ৫২টা পৰ্যটনস্থলীৰ চতুৰ্থ স্থানত অসম। চৰাইদেউ মৈদাম, কাজিৰঙা, চাহ বাগিচাক অন্যতম পৰ্যটনস্থলীৰ স্বীকৃতি। বিশ্বৰ...

ভয়াৱহ বনজুইৰ কবলত আমেৰিকাৰ লছ এঞ্জেলছ

বুধবাৰে নিশাৰে পৰা অধিক ভয়াৱহ ৰূপ লৈছে আমেৰিকাৰ লছ এঞ্জেলছৰ বন জুয়ে। ইটোৰ পিছত সিটো অঞ্চলটো সম্প্ৰসাৰিত হৈছে এই বনজুই। বৰ্তমানলৈকে অঞ্চলটোৰ ২ হাজাৰৰো...

Popular