আন্তঃৰাষ্ট্ৰীয়

‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰ

‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰভাৰতলৈ আহি আছে ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু!পৰ্যটকৰ বাবে লাক্ষাদ্বীপ মালদ্বীপৰ বিকল্প হৈ উঠাৰ সম্ভাৱনালাক্ষাদ্বীপত নিৰ্মাণ হ’ব টাটাৰ দুখন বিলাসী হোটেল মালদ্বীপৰ...

চতুৰ্থবাৰলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত শ্বেখ হাছিনা

একেৰাহে চতুৰ্থটো কাৰ্যকালৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় শ্বেখ হাছিনা। দেওবাৰে অনুষ্ঠিত হোৱা বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বিপুল সংখ্যক আসন লাভ কৰি আন এটা...

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ইংলেণ্ডে আনিব নিজা CHEF

ভাৰতীয় খাদ্য নাখায় ইংৰাজ বাহিনীয়েভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ইংলেণ্ডে আনিব নিজা CHEFইংলেণ্ড ক্ৰিকেট দলৰ এই সিদ্ধান্তত সৰৱ চৰ্চা ২৫ জানুৱাৰীৰ পৰা ভাৰতত অনুষ্ঠিত হ'ব ভাৰত...

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণক লৈ ব্যাপক জল্পনা–কল্পনা

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণক লৈ ব্যাপক জল্পনা–কল্পনাপ্ৰতিবেশী মালদ্বীপক চাপত ৰাখিবলৈ মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণ নেকি?মোদীৰ ভ্ৰমণক তীব্ৰ সমালোচনা মালদ্বীপৰ কেইবাগৰাকীও মন্ত্ৰীৰলাক্ষাদ্বীপক পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি...

পুনৰ ভাৰত মহাসাগৰত তাণ্ডৱ ছোমালি জলদস্যুৰ

২০০৮ চনৰ পৰা ২০১৩ চনলৈ ছোমালিয়াৰ জলদস্যুৰ তাণ্ডৱে বিভিষীকাৰ সৃষ্টি কৰিছিল ভাৰত মহাসাগৰ, আৰব সাগৰ আদিত চলা জাহাজসমূহত। পৰৱৰ্তী সময়ছোৱাত ছোমালি জলদস্যুৰ বিৰুদ্ধে আন্তৰ্জাতিক...

Popular