আন্তঃৰাষ্ট্ৰীয়

২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ

মাজত মাথো এটা দিন। ২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ। সমগ্ৰ দেশজুৰি ধ্বনিত হৈছে ভগৱান ৰামৰ বন্দনা। কেৱল অযোধ্যাই নহয়, সমগ্ৰ...

পুনৰ অগ্নিগৰ্ভা ম্যানমাৰ

পুনৰ অগ্নিগৰ্ভা ম্যানমাৰজুণ্টা সামৰিক চৰকাৰৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী!বিদ্ৰোহীৰ আগ্ৰাসনত কঁপিছে ম্যানমাৰৰ সামৰিক চৰকাৰদলে দলে জুণ্টা সেনা প্ৰবেশ কৰিছে মিজোৰামত বিদ্ৰোহীৰ আগ্ৰাসনত কঁপিছে ম্যানমাৰৰ সামৰিক...

সামৰিক শক্তি দিশেৰে ২০২৪ত পুনৰ বিশ্বশ্ৰেষ্ঠ আমেৰিকা

সামৰিক শক্তি দিশেৰে ২০২৪ত পুনৰ বিশ্বশ্ৰেষ্ঠ আমেৰিকাআমেৰিকাক শক্তিশালী প্ৰত্যাহ্বান ৰাছিয়া, চীনৰচতুৰ্থ স্থানত থকা ভাৰতো নাই বৰ বেছি পিছতসামৰিক শক্তিৰ ক্ষেত্ৰত বিশ্ব ৰেংকিঙত পাকিস্তানৰ পতন GLOBAL...

গুজৰাটত নেডাৰলেণ্ডৰ ৩.৬ বিলিয়ন ইউৰো বিনিয়োগৰ প্রস্তাৱ

গুজৰাটত অনুষ্ঠিত হৈছে Vibrant Gujarat Summit 2024 এই শীৰ্ষ সন্মিলনৰ দশম সংস্কৰণত ১০০খন দেশৰ অংশগ্রহণ সন্মিলনৰ সহযোগী ৰাষ্ট্র হিচাপে ৩০খন দেশৰ অংশগ্রহণ সহযোগী ৰাষ্ট্রৰ ভিতৰত অন্যতম হৈছে...

‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰ

‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰভাৰতলৈ আহি আছে ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু!পৰ্যটকৰ বাবে লাক্ষাদ্বীপ মালদ্বীপৰ বিকল্প হৈ উঠাৰ সম্ভাৱনালাক্ষাদ্বীপত নিৰ্মাণ হ’ব টাটাৰ দুখন বিলাসী হোটেল মালদ্বীপৰ...

Popular