আন্তঃৰাষ্ট্ৰীয়

য়েমেনত আৱদ্ধ ১৯ গৰাকী ভাৰতীয় নাবিকক নিৰাপদে উদ্ধাৰ ভাৰতৰ; দুসপ্তাহৰ পিছত স্বদেশলৈ উভতাই অনাৰ ব্যৱস্থা

যোৱা দুসপ্তাহ ধৰি য়েমেনৰ হোদেইদা আৰু ছানাত আৱদ্ধ হৈ থকা ১৯ গৰাকী ভাৰতীয় নাবিকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। আটাইকেইগৰাকী নাবিক সুস্থ অৱস্থাত আছে আৰু...

১১৩ বছৰৰ পিছত যুদ্ধবীৰৰ শেষকৃত্য! ৮০ বছৰ সংগ্ৰহালয়ত প্ৰদৰ্শনীৰ সামগ্ৰী হৈ আছিল কংকাল

মাত্ৰ ১০ পাউণ্ডত বিক্ৰী কৰা হৈছিল জাৰ্মান যুদ্ধবীৰৰ কংকাল, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা প্ৰায় ৮০ বছৰ ধৰি ৰখা হৈছিল সংগ্ৰহালয়ৰ কাঁচৰ বাকচত। এগৰাকী যুদ্ধবীৰৰ মৃত্যুৰ...

বিজ্ঞানীয়ে প্ৰকাশ কৰিলে উদ্বেগজনক তথ্য; মানৱ সৃষ্ট শব্দ প্ৰদূষণত ক্ষতিগ্ৰস্ত হৈছে ৮০ শতাংশ বন্যপ্ৰাণীৰ প্ৰজাতি

মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত শব্দৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পাইছে, যাৰ ফলত বন্যপ্ৰাণী আৰু অন্যান্য জীৱ-জন্তুৰ ওপৰত গুৰুতৰ নেতিবাচক প্ৰভাৱ পৰিছে। শেহতীয়াকৈ Science নামৰ...

পৃথিৱীৰ সুৰক্ষা কবচত পুনৰ আঘাত! এণ্টাৰ্কটিকাৰ ওপৰত অ’জন স্তৰৰ ছিদ্ৰৰ ব্যাপক বৃদ্ধি, চিন্তিত বিজ্ঞানী; বৃদ্ধিৰ আঁৰৰ কাৰণ কি ?

২০২৬ চনত এণ্টাৰ্কটিকাৰ ওপৰত থকা অ’জন স্তৰৰ ছিদ্ৰ বিগত এটা দশকৰ ভিতৰত সৰ্ববৃহৎ আকাৰলৈ সম্প্ৰসাৰিত হৈছে। বায়ুমণ্ডলৰ অস্বাভাৱিক পৰিস্থিতি আৰু অত্যন্ত শক্তিশালী মেৰু ঘূৰ্ণীবতাহ...

পোলেণ্ডত ভয়ংকৰ গুলীচালনা, ৬ জনৰ মৃত্যু, আহত ১৫

পোলেণ্ডৰ দক্ষিণ প্ৰান্তৰ ক্ৰাকোভ চহৰত শনিবাৰে সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। এজন বন্দুকধাৰীয়ে এখন গাড়ীৰ ভিতৰৰ পৰা নিৰ্বিচাৰে গুলীচালনা কৰাত ৬...

Popular