আন্তঃৰাষ্ট্ৰীয়

কঠোৰ অভিবাসন নীতি বা প্ৰব্ৰজন নীতিৰ বাবে নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন ৰিপাব্লিকান দল; অৱশেষত নীতিৰ ৰূপায়ণত অত্যধিক কঠোৰতা হোৱা বুলি স্বীকাৰ ড’নাল্ড ট্ৰাম্পৰ

অভিবাসন নীতিক লৈ এতিয়াও কোনো পৰিৱৰ্তনৰ ঘোষণা কৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে, নিজৰ প্ৰশাসনৰ অভিবাসন নীতি ৰূপায়ণৰ ক্ষেত্ৰত অত্যধিক কঠোৰতা অৱলম্বন কৰা...

৮১ বছৰ বয়সত বুকাৰ বঁটা লাভ ব্ৰিটিছ লেখক এম জন হেৰিছনৰ, সাহিত্য জগতত গঢ়িলে নতুন অভিলেখ

৮১ বছৰ বয়সত বিশ্বসাহিত্যৰ অন্যতম সন্মানীয় বুকাৰ বঁটা লাভ কৰি ইতিহাস ৰচিলে ব্ৰিটিছ লেখক এম জন হেৰিছনে (M. John Harrison)। ছয় দশকৰো অধিক সময়...

‘ডানাই এই প্ৰস্তাৱটো ভাল পাইছে’ : UFCৰ মুৰব্বী ডানা হোৱাইটক হোৱাইট হাউছৰ প্ৰেছ ছেক্ৰেটাৰী পদৰ প্ৰস্তাৱ ট্ৰাম্পৰ

হোৱাইট হাউছৰ প্ৰেছ ছেক্ৰেটাৰীৰ পদত UFCৰ মুখ্য কাৰ্যবাহী বিষয়া ডানা হোৱাইটক নিযুক্তিৰ প্ৰস্তাৱ দিয়া বুলি ধেমেলীয়াভাৱে ঘোষণা কৰি পুনৰ চৰ্চালৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড...

সলনি হ’ব পাৰে ইজৰাইলৰ ৰাজনৈতিক পটভূমি। নেতানিয়াহুৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক আধিপত্যৰ অৱসানৰ লক্ষ্যৰে চৰকাৰ গঠনৰ দায়িত্ব বিৰোধী নেতা গাডি আইজেনকটক

ইজৰাইলৰ ৰাজনীতিত আহিব পাৰে এক বৃহৎ পৰিৱৰ্তন। দীৰ্ঘদিন ধৰি দেশখনৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি অহা প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ক্ষমতাৰ অৱসান ঘটাৰ সম্ভাৱনাই নতুনকৈ চৰ্চা...

ইজিপ্তত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, নিহত ৭জন

ইজিপ্তৰ গিজা প্ৰদেশত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দুখন যাত্ৰীবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষত কমেও ৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে...

Popular