আন্তঃৰাষ্ট্ৰীয়

বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ মনোনীত চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ফিফাই

বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ মনোনীত চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ফিফাই। আশ্চৰ্যজনকভাৱে ১৪জনীয়া এই তালিকাত নাই পৰ্তুগীজ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ড'। তালিকাত আছে বিশ্বজয়ী আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছি।...

ৰিয়েল মাদ্ৰিদক হৰুৱাই চেম্পিয়ন হ’ল বাৰ্চিলোনা FC

ৰিয়েল মাদ্ৰিদক হৰুৱাই চেম্পিয়ন হ’ল বাৰ্চিলোনা FCস্পেনিছ ছুপাৰ কাপ চতুৰ্দশবাৰলৈ দখল বাৰ্চিলোনাৰৰিয়েল মাদ্ৰিদৰ বিৰুদ্ধে ৩-১ গ’লত জয় বাৰ্চিলোনাৰবাৰ্চিলোনাৰ হৈ গ’ল দিয়ে জাভি, ৰবাৰ্ট লিঅ’নডস্কী,...

লোকচানৰ অভিলেখ গঢ়িলে ধনকুবেৰ ইলন মাস্কে

এক অনাকাংক্ষিত অভিলেখৰ গৰাকী হ’ল ধনকুবেৰ ইলন মাস্ক। ব্যক্তিগত সম্পত্তি হেৰুৱাৰ ক্ষেত্ৰত অতীতৰ সকলো অভিলেখ ভংগ কৰি নতুন বিশ্ব অভিলেখ মাস্কৰ। গীনিজ ৱৰ্ল্ড ৰেকৰ্ড...

আকৌ ৰাফেলঃ ভাৰতীয় নৌসেনাৰ বাবে ২৬ যুদ্ধ বিমান

✒️ অচিন্ত্য শৰ্মা ভাৰতীয় বায়ুসেনাৰ বাবে ৩৬খন ৰাফেল যুদ্ধবিমান ক্ৰয় কৰাৰ পিছত এইবাৰ মোদী চৰকাৰ আগবাঢ়িছে ভাৰতীয় নৌসেনাৰ বাবে অন্য ২৫খন ৰাফেল বিমান ক্ৰয় কৰাৰ...

তিব্বতৰ স্বাধীনতাইহে নিশ্চিত কৰিব নেকি ভাৰতৰ নিৰাপত্তা

✒️ অচিন্ত্য শৰ্মা চীনা ভাইৰাছৰ স্থায়ী চিকিৎসা কেতিয়া?চিৰদিনৰ বাবে কেনেকৈ বন্ধ হৈ যাব ভাৰতৰ ওপৰত চীনৰ আগ্ৰাসন? শেহতীয়া টাৱাং কাণ্ডৰ পিছত এতিয়া দেশৰ প্ৰান্তে প্ৰান্তে উত্থাপিত...

Popular