আন্তঃৰাষ্ট্ৰীয়

পুনৰ এবাৰ দেশবাসীক গৌৰৱান্বিত কৰিলে নীৰজ চোপ্ৰাই

বিশ্বক্ৰীড়াৰ মহামঞ্চৰ শিখৰত উৰিল ত্ৰিৰংগা। আশা কৰা ধৰণেৰেই আহিল ফলাফল। হাংগেৰীৰ বুডাপেষ্টত আয়োজিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাৰ চেম্পিয়নৰ অন্যতম দাবীদাৰ আছিল...

অসমীয়া চিনেমা জগতৰ বাবে আৰু এটা ভাল খবৰ

ছিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰূপজ্যোতি বৰঠাকুৰ পৰিচালিত ছবি সত্যঃ দ্য ট্ৰুথ ২০২৩ চনৰ ২৪ ছেপ্টেম্বৰত আমেৰিকাৰ ছিকাগো চহৰৰ আইকন থিয়েটাৰত প্ৰদৰ্শিত হ’ব ছবিখন। ৰূপজ্যোতি...

UAEৰ ৰাজধানী আবু ধাবিত নিৰ্মাণ হৈ আছে এক বৃহৎ মন্দিৰ

UAEৰ ৰাজধানী আবু ধাবিত নিৰ্মাণ হৈ আছে এক বৃহৎ মন্দিৰডুবাই–আবু ধাবি শ্বেইখ জায়াদ হাইৱেৰ কাষত নিৰ্মাণৰত এই মন্দিৰমন্দিৰটো সম্পূৰ্ণ হ’লে মুছলমান বসতিপ্ৰধান মধ্যপ্ৰাচ্যত হ’ব...

মৃত্যুমুখৰ পৰা বাচি আহিল ৰাকেশ বেদী…

জীৱনলৈ যিকোনো মুহূৰ্ততে আহিব পাৰে ধুমুহা। কিন্তু প্ৰচণ্ড বা-মাৰলি আহিলও অন্ধকাৰৰ পিছত জোনাক নামেই। জীৱনত সন্মুখীন হোৱা এনে এক প্ৰেৰণাদায়ক কাহিনী জনপ্ৰিয় অভিনেতা ৰাকেশ...

অভিনেত্ৰী আলায়া ফাৰ্নিচাৰৱালাৰ পেটত কোনে পাঞ্চ মাৰিলে?

মোহময়ী অভিনেত্ৰী আলায়া ফাৰ্নিচাৰৱালাই শেহতীয়াকৈ তেওঁৰ ৱৰ্কআউটৰ এটা ভিডিঅ শ্বেয়াৰ কৰিছে। যিটো ভিডিঅ'ই অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলক আচৰিত কৰা দেখিবলৈ পোৱা গৈছে। ভিডিঅটোত আলায়াক হাতদুখন পাছলৈ...

Popular