ন’ৰৱেৰ সাহিত্যিক জন ফছেলৈ ২০২৩ বৰ্ষৰ সাহিত্যৰ নোবেল

২০২৩ৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। ন’ৰৱেৰ সাহিত্যিক জন ফজেলৈ এই বঁটা আগবঢ়োৱা হৈছে। সাহিত্যৰ নোবেল বিজয়ীজনক ইতিমধ্যে বিশ্ববাসীয়ে শুভেচ্ছাৰে ওপচাই পেলাইছে।

লিখক-নাট্যকাৰ হিচাপে প্রখ্যাত জন ফছে। ৬৭ বছৰীয়া জন ফজে ন’ৰেজিয়ান আৰু ইংৰাজীত লিখা-মেলা কৰে। ন’ৰৱেৰ ৰাজধানী অছলো নিৱাসী জন ফছেৰ এতিয়ালৈ ২১খন গদ্য, ২৭খন নাটক প্রকাশ পাইছে। ইংৰাজী ভাষাতো তেওঁ কেইবাখনো গ্রন্থ ৰচনা কৰিছে।

অসংখ্য পুৰস্কাৰ-বঁটাৰে ইতিমধ্যে সন্মানীত জন ফছে। ২০১৪ চনত তেওঁ ইউৰোপীয়ান প্রাইজ ইন লিটাৰেচাৰ লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...