আন্তঃৰাষ্ট্ৰীয়

কাইলৈ চেঞ্চুৰিয়ানত বক্সিং ডে’ টেষ্ট মেচ

সমুখ সমৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকা কিন্তু কি এই বক্সিং ডে' টেষ্ট? কিয় ২৬ ডিচেম্বৰত অনুষ্ঠিত হয় বক্সিং ডে' টেষ্ট? ক্ৰিকেটৰ ULTIMATE ফৰ্মেট বুলি ক'লেই অনুৰাগীৰ মনত...

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে মুখথেকেচা ড’নাল্ড ট্ৰাম্পৰ

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ২০২৪ চনৰ ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে যুক্তৰাষ্ট্ৰত চলিছে ব্যাপক কুচকাৱাজ। ৰিপাব্লিকান দলৰ হৈ পুনৰ প্ৰাৰ্থিত্ব...

পুনৰ কুখ্যাত মাফিয়া ডাউদ ইব্ৰাহীমক লৈ জল্পনা-কল্পনা

পুনৰ কুখ্যাত মাফিয়া ডাউদ ইব্ৰাহীমক লৈ জল্পনা-কল্পনাবিশ্বৰ অপৰাধ জগতৰ ডন ৰূপে প্ৰখ্যাত ডাউদডাউদে ক’ত কি কৰে সেই সন্দৰ্ভত সঠিক তথ্য নাই কাৰো হাততএইবাৰ আহিছে...

ফুটবলাৰ মহাতাৰকা মেছিৰ শিৰত আৰু এটা তাজ

ফুটবলাৰ মহাতাৰকা মেছিৰ শিৰত আৰু এটা তাজটাইমছ আলোচনীৰ বৰ্ষশ্ৰেষ্ঠ এথলীট লিঅ'নেল মেছি দুভৰিৰ ছন্দৰে মোহাছন্ন কৰা আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ মেছিয়ে দখল কৰিলে আৰু এটা খিতাপ।...

শুকুলা হৈ পৰিছে জাৰ্মানী, শুভ্ৰ বৰফে যেন চাদৰ মেলিছে

জাৰ্মানীত অব্যাহত আছে তুষাৰপাত। প্ৰবল তুষাৰপাতৰ ফলত শুভ্ৰ হৈ পৰিছে মিউনিখ আৰু লেণ্টেনবাক চহৰ। সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা। যোৱা কেইবাটাও দিন ধৰি...

Popular