হঠাৎ বিকল হৈ পৰিল FACEBOOK, Instagram

0 106

সমগ্ৰ বিশ্বতে স্তব্ধ হৈছে ফেচবুক, ইনষ্টাগ্ৰাম
হঠাৎ ফেচবুকত কাৰিকৰী বিজুতি
লগ আউট হৈছে সকলোৰে একাউণ্ট
ফেচবুক খুলিলে আহে SESSION EXPIRED
কাৰিকৰী বিসংগতি হোৱা বুলি অৱগত কৰিছে FB কৰ্তৃপক্ষই

Leave A Reply

Your email address will not be published.