পুনৰ সক্ৰিয় হ’ল ফেচবুক, ইনষ্টাগ্ৰাম

0 214

সকলোৰে যেন উশাহ-নিশাহ বন্ধ হৈ পৰিছিল। সমগ্ৰ বিশ্বতে স্তব্ধ হৈ পৰিছিল ফেচবুক, ইনষ্টাগ্ৰাম। লগে লগে হাহাকাৰ লাগিল ব্যৱহাৰকাৰীৰ মাজত। যাৰ ফলত একপ্ৰকাৰ ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বাৰে বাৰে চেষ্টা কৰাৰ পিছতো লগইন হোৱা নাছিল ব্যৱহাৰকাৰীৰ একাউণ্ট। অৱশেষত প্ৰায় এক ঘণ্টাৰ পাছত পুনৰ সক্ৰিয় হ’ল ফেচবুক, ইনষ্টাগ্ৰাম। অৱশ্যে এয়া কাৰিকৰী বিসংগতিৰ ফলত হোৱা বুলি অৱগত কৰিছে fb কৰ্তৃপক্ষই। যি কি নহওক ফেচবুক, ইনষ্টাগ্ৰাম স্তব্ধ হোৱাৰ এই খবৰে হাহাকাৰ লগালে সকলোৰে মাজত।

Leave A Reply

Your email address will not be published.