আন্তঃৰাষ্ট্ৰীয়

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ইংলেণ্ডে আনিব নিজা CHEF

ভাৰতীয় খাদ্য নাখায় ইংৰাজ বাহিনীয়েভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ইংলেণ্ডে আনিব নিজা CHEFইংলেণ্ড ক্ৰিকেট দলৰ এই সিদ্ধান্তত সৰৱ চৰ্চা ২৫ জানুৱাৰীৰ পৰা ভাৰতত অনুষ্ঠিত হ'ব ভাৰত...

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণক লৈ ব্যাপক জল্পনা–কল্পনা

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণক লৈ ব্যাপক জল্পনা–কল্পনাপ্ৰতিবেশী মালদ্বীপক চাপত ৰাখিবলৈ মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণ নেকি?মোদীৰ ভ্ৰমণক তীব্ৰ সমালোচনা মালদ্বীপৰ কেইবাগৰাকীও মন্ত্ৰীৰলাক্ষাদ্বীপক পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি...

পুনৰ ভাৰত মহাসাগৰত তাণ্ডৱ ছোমালি জলদস্যুৰ

২০০৮ চনৰ পৰা ২০১৩ চনলৈ ছোমালিয়াৰ জলদস্যুৰ তাণ্ডৱে বিভিষীকাৰ সৃষ্টি কৰিছিল ভাৰত মহাসাগৰ, আৰব সাগৰ আদিত চলা জাহাজসমূহত। পৰৱৰ্তী সময়ছোৱাত ছোমালি জলদস্যুৰ বিৰুদ্ধে আন্তৰ্জাতিক...

ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে জাপানক

ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে জাপানক। এই ভূমিকম্পৰ পিছতে সৰু বৰ ২০টা জোকাৰণি। আফটাৰ শ্ব’কো ৰিখটাৰ স্কেলত প্ৰায় ৬.৫ প্ৰাবল্যৰ। ভূমিকম্পৰ পিছতে ছুনামিৰ...

মহাকাশ ভ্ৰমণৰ বাবে সাজু হৈছে ‘ৱালকিৰি’

মহাকাশলৈ মানৱাকৃতিৰ ৰবট প্ৰেৰণৰ প্ৰস্তুতি চলাইছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই। মহাকাশ কেন্দ্ৰত বিপদজনক কামত নিয়োগ কৰা হ’ব এই ৰবট। মহাকাশত বিভিন্ন কাম-কাজত মহাকাশচাৰীক...

Popular