আন্তঃৰাষ্ট্ৰীয়

ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ দৃষ্টিভংগী

‘অসমক মাহীআইৰ দৃষ্টিৰে চাই কংগ্ৰেছে’ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ দৃষ্টিভংগীপ্ৰিয়াংক খাৰ্গে বিৰুদ্ধে সৰব ৰাজ্যিক বিজেপিৰ নেতা-মন্ত্ৰী জাগীৰোডত নিৰ্মাণ হ’ব লগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কৰ্ণাটক মন্ত্ৰী,...

পৃথিৱীত শত্ৰুতা, কিন্তু জোনবাইৰ বুকুত বন্ধুত্ব

ভাৰত আৰু চীনৰ আন্তৰ্জাতিক সীমা চিহ্নিত কৰিছে মেকমোহন লাইনে। এই আন্তৰ্জাতিক সীমান্তক লৈ দুয়োখন দেশৰ মাজত সৃষ্টি হৈ আহিছে ব্যাপক উত্তেজনাৰো। ভাৰতৰ অৰুণাচল প্ৰদেশ,...

ঘূৰ্ণি বতাহৰ তাণ্ডৱত মৃত্যু ২০জনকৈ লোকৰ

প্ৰকৃতি যেন ৰুষ্ট হৈছে! ঘূৰ্ণি বতাহ য়াগীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ভিয়েটনামত। চীন আৰু ফিলিপাইনছতো বিধ্বংসী ৰূপ লৈছে য়াগীয়ে। য়াগীৰ প্ৰভাৱত বৰ্তমানলৈকে মৃত্যু কমেও...

পশ্চিম আফ্ৰিকাৰ দেশ বুৰকিনা ফাছোত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ

পশ্চিম আফ্ৰিকাৰ দেশ বুৰকিনা ফাছোত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিহত ৩৫০ জনৰো অধিক লোক। যোৱা শনিবাৰৰ পৰা বুৰকিনা ফাছোৰ নুসৰৎ অল ইছলাম ৱাল মুছলিমিন অঞ্চলত...

পুনৰ উত্তপ্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ। চাকৰি নিয়মীয়াকৰণৰ লগতে ৰাষ্ট্ৰীয়কৰণৰ দাবীত দুদিন ধৰি ঢাকা সচিবালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ সময়তে দেওবাৰে নিশা এদল ছাত্ৰৰ মাজত সৃষ্টি...

Popular