দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা দখলৰ পিছত নাচি উঠিল টীম ইণ্ডিয়া

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত জয়লাভৰ পিছত টীম ইণ্ডিয়াৰ উল্লাস। তৃতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ২-১ত শৃংখলা দখল কৰিলে টীম ইণ্ডিয়াই। প্ৰথম দুখনত এখনকৈ মেচত জয়লাভৰ পিছত তৃতীয়খন খেলত সহজেই জয়লাভ কৰিলে ঘৰুৱা দলটোৱে।

https://youtube.com/shorts/ptkKmeaeD8E?feature=share

জয়লাভৰ পিছতে ড্ৰেছিং ৰুমত নাচি উঠিল টীম ইণ্ডিয়া। প্ৰতিজন খেলুৱৈয়ে প্ৰকাশ কৰিলে আনন্দ, মচগুল হ’ল নৃত্যত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...