ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে

ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে। কিৱি বাহিনীয়ে ৭ উইকেটত কৰে ২৫১ ৰান। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱৰ ২টাকৈ উইকেট লাভ। মহম্মদ ছামী, ৰবীন্দ্ৰ জাডেজাই লাভ কৰে এটাকৈ উইকেট। কিৱি বাহিনীৰ হৈ ডেৰীন মিছেলে কৰে সৰ্বাধিক ৬৩ ৰান। মিটচেল ব্ৰেচৱেলৰ আক্ৰমণাত্মক অৰ্ধ শতক। ডুবাইত অনুষ্ঠিত হৈছে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...