টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই চলালে তাণ্ডৱ

পুনৰ শিক্ষাৰ্থীৰ হাতত অস্ত্ৰ। টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই চলালে তাণ্ডৱ। পিষ্টল লৈ নৱম শ্ৰেণীৰ ছাত্ৰক ভাবুকি মেট্ৰিকত অৱতীৰ্ণ ছাত্ৰৰ। কাকজানৰ জনশূন্য পথত এই ঘটনা। পিষ্টলধাৰী ছাত্ৰৰ মুখত অশ্লীল গালি। ঘটনাৰ পিছতে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ছাত্ৰৰ পৰিয়াল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আফ্ৰিকাৰ জিবুতিৰ উপকূলত ভয়ংকৰ নাও দুৰ্ঘটনা; নতুন জীৱনৰ সন্ধানত গৈ সলিল সমাধি ১৫ শিশুসহ ১৩৯ প্ৰব্ৰজনকাৰীৰ

ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই জনোৱা তথ্য অনুসৰি, জিবুতিৰ উপকূলত এখন...

হৰমুজ প্ৰণালী আৰু ওমানৰ উপকূলৰ সমীপত টেংকাৰত আক্ৰমণ; সন্ধানহীন দুই ভাৰতীয় নাৱিক

১১ অক্টোবৰত হৰমুজ প্ৰণালী অঞ্চল আৰু ওমানৰ উপকূলৰ ওচৰত...

বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ সামৰ্থ্য আছে ভাৰতীয় যুৱ প্ৰজন্মৰ; ভাৰতীয় যুৱ শক্তিৰ ওপৰত আস্থা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত...