মোক জে’লত ৰাখি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিলে : অখিল গগৈ

মঠঘৰীয়াত ৰাইজৰ দলৰ সংবাদমেল। সংবাদমেল সম্বোধন সভাপতি অখিল গগৈৰ। ৬ লাখ কোটি টকা আহৰণৰ বাবে সম্পদ বিক্ৰী কৰাত লাগিছে মোদী চৰকাৰ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভতো প্ৰতিক্ৰিয়া অখিল গগৈৰ। প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী গগৈৰ। এই প্ৰকল্পই অসমৰ মানুহক বিপদত পেলাব। মোক জে’লত ৰাখি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিলে।

  • বিজেপি-RSSয়ে দেশ দেউলীয়া কৰিছে
  • ৯০খন যাত্ৰী, ১৫খন ৰেল ষ্টেডিয়াম, ৭৪১ ৰে’ল পৰিসৰ বিক্ৰীৰ চেষ্টা কৰিছে চৰকাৰে
  • বিজেপিৰ ৩টা মহা অভিশাপ – বিমুদ্ৰাকৰণ, GST, অপৰিকল্পিত লক ডাউন
  • বিজেপিৰ হাতত দেশ কোনো কাৰণতে সুৰক্ষিত নহয়
  • মোদী চৰকাৰে সংবাদ মাধ্যমক দুৰদৰ্শনৰ লেখিয়া কৰিছে
  • নৰেন্দ্ৰ মোডীৰ শাসনত দেশত আটাইতকৈ বেয়া দিন আহিল
  • আগন্তুক উপ নিৰ্বাচন, লোকসভা নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাইজৰ দলে কুচকাৱাজ আৰম্ভ কৰিছে
  • সৰ্বভাৰতীয় আঞ্চলিক দলৰে আলোচনা অব্যাহতি আছে
  • পল্টনবজাৰস্থিত ছাই কেন্দ্ৰ ব্যক্তিগতকৰণ কৰাৰ প্ৰচেষ্টা লৈছে চৰকাৰে
  • গুৱাহাটী-বাৰাউনী পাইপলাইন বিক্ৰী কৰাৰ সিন্ধান্ত চৰকাৰৰ
  • বিজেপিয়ে ভাৰতৰ বিক্ৰীৰ পৰিকল্পনা কৰাৰ অভিযোগ
  • বিদ্যালয় ধ্বংস কৰাৰ মানুহজন হ’ল হিমন্ত বিশ্ব শৰ্মা
  • শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত বহু বিদ্যালয় বন্ধ কৰিছে হিমন্তই
  • ONGCৰ আছাম এছেট অইল ইণ্ডিয়াক গটাই দিব বিচৰালে তীব্ৰ আন্দোলনৰ হুংকাৰ
  • জীয়াই থকালৈ এই কাৰ্য হ’বলৈ নিদিয়াৰ হুংকাৰ অখিলৰ
  • মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ
  • বিজেপিৰ দিনত নাৰী সুৰক্ষিত নহয়
  • মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে
  • তেখেতে লাজ পোৱা উচিত
  • শিশু আৰু নাৰীৰ ক্ষেত্ৰত অসুৰক্ষিত অসম
  • এনকাউন্টাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া অখিল গগৈৰ
  • অসম আৰক্ষী চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত
  • মুখ্যমন্ত্ৰীৰ হাতৰ পুতলা অসম আৰক্ষী
  • অসমত আইন কানুন একো নাই
  • মুখ্যমন্ত্ৰীয়ে যি কয় সেইয়া আইন এতিয়া
  • উপ নিৰ্বাচনত বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান
  • এআইইউডিএফৰ বিধায়ক মানে বিজেপিৰ বিধায়ক
  • মুছলমান মৌলবাদী আৰু হিন্দু মৌলবাদী একলগ হৈছে
  • কংগ্ৰেছক পুনৰ একলগ হোৱাৰ আহ্বান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...