কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালত বিশাল নিযুক্তি সমাৰোহ

প্ৰতিশ্ৰুতি পালনৰ দিশে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১ লাখ নিবনুৱাৰ নিযুক্তিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিব বিশাল নিযুক্তি সমাৰোহৰ। এই অনুষ্ঠানতে চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা ২৫ হাজাৰ প্ৰাৰ্থীৰ হাতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তুলি দিব নিযুক্তি পত্ৰ। শিক্ষা আৰু গৃহ বিভাগত হ’ব সৰ্বাধিক নিযুক্তি। স্বাস্থ্য বিভাগৰো কিছুসংখ্যক পদৰ বাবে প্ৰাৰ্থীৰ হাতত তুলি দিয়া হ’ব নিযুক্তি পত্ৰ। ইতিমধ্যে আৰক্ষী, শিক্ষক, নাৰ্ছ আদি পদৰ বাছনিৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...