কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্ৰথম দিনটোত ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব পৰীক্ষা। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । পৰীক্ষাৰ বাবে সম্পূৰ্ণকৈ সাজু কৰি তোলা হৈছে পৰীক্ষা কেন্দ্ৰসমূহ। পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ দূৰত্বলৈকে প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং নিৰ্দেশনা বাহাল থাকিব। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে। ছাত্ৰৰ সংখ্যা১ লাখ ৯০ হাজাৰ ৬৫৩ গৰাকী। ছাত্ৰীৰ সংখ্যা ২ লাখ ৩৮ হাজাৰ ৭৯৫ গৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...