প্ৰয়াগৰাজৰ মহাকুম্ভলৈ গুৱাহাটীৰ পৰা যোৱা ভক্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

প্ৰয়াগৰাজৰ মহাকুম্ভলৈ গুৱাহাটীৰ পৰা যোৱা ভক্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত থিতাতে নিহত বাহনখনৰ চালক আননজ্যোতি মহন্ত। ইন’ভা বাহনেৰে বৰাগাঁৱৰ পৰা গৈছিল ৭জনীয়া এটা দল। বাহনখনত থকা আনকেইজন যাত্ৰী আহত দুৰ্ঘটনাত। নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে বাহনখনে। মহাকুম্ভৰ পৰা উভতাৰ পথত পাটনাত এই দুৰ্ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...