আগন্তুক ৫ দিনলৈ ৰাজ্যত বৰষুণৰ সম্ভাৱনা

আগন্তুক ৫ দিনলৈ ৰাজ্যত বৰষুণৰ সম্ভাৱনা। ৰাজ্যৰ ভিন্ন প্ৰান্তত হ’ব বৰষুণ-ধুমুহা-শিলাবৃষ্টি। উত্তৰ পূৰ্বাঞ্চলত মজলীয়া বৰষুণৰ সম্ভাৱনা। উত্তৰ পূৰ্বাঞ্চলৰ কিছু কিছু স্থানত হ’ব মজলীয়া বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ...

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসম কন্যা; জেহেনা আকতাৰৰ তিনিটাকৈ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত...

নেপালত ভূমিস্খলনৰ ফলত বুঢ়ী গণ্ডকী নদীত ভয়াৱহ বানৰ আশংকা, নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ গাঁওবাসীক

ভূমিস্খলনৰ ফলত নদীত বানপানীৰ সৃষ্টি হোৱাত নেপালৰ কৰ্তৃপক্ষই দেওবাৰে...