কাইলৈ ঘোষণা হ’ব HS চূড়ান্ত পৰীক্ষা(বিশেষ)ৰ ফলাফল, কেনেকৈ চাব ফলাফল?

কাইলৈ ঘোষণা হ’ব HS চূড়ান্ত পৰীক্ষাৰ(বিশেষ) ফলাফল। দিনৰ ১২ বজাত ৱেবচাইটযোগে লাভ কৰিব ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ অক্টোবৰৰ পৰা অনুষ্ঠিত কৰিছিল পৰীক্ষা। ১০ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। সেই পৰীক্ষাৰ ফলাফল দিনৰ ১২ বজাত ঘোষণা কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

শিক্ষা সংসদৰ অধীনৰ সকলো শিক্ষানুষ্ঠানলৈ ই-মেইলযোগে প্ৰেৰণ কৰা হব ফলাফল। www.ahsec.assam.gov.inত চাব পাৰিব ফলাফল। এই বিশেষ পৰীক্ষাত ২,০৮২গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন জনাইছিল। তাৰ পৰিৱৰ্তে ১,৪১৪গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...