গৰমে দহিছে পাকিস্তান, জীৱনযাত্রা হৈ পৰিছে অসহনীয়!

প্রায় সমগ্র ভাৰতীয় উপ মহাদেশত অব্যাহত আছে প্রচণ্ড গ্রীষ্ম প্রবাহ। বিগত প্রায় ৬ সপ্তাহ ধৰি চলি থকা এই গ্রীষ্ম প্রবাহৰ পৰা পৰিত্রাণ পোৱাৰ কোনো লক্ষণ এইপৰ্যন্ত দৃশ্যমান হোৱা নাই। আনকি গৰমৰ প্রকোপত যান–বাহনৰ ওপৰত ঘাঁহ–বন জাপি লোৱাৰ নিচিনা ব্যৱস্থা গ্রহণ কৰিবলৈকো বাধ্য হৈছে চালকে। পূৰ্বোত্তৰক বাদ দি দেশৰ প্রতিখন নগৰ-মহানগৰৰে তাপমাত্রা প্রায় ৫০ ডিগ্রী ছেলচিয়াছৰ ওচৰত আছে। একেদৰে গৰমে দহিছে চুবুৰীয়া পাকিস্তানকো। অনুন্নত সেই দেশখনৰ অৱস্থা ভাৰততকৈও অধিক শোচনীয় হৈ পৰিছে। জীৱনযাত্রা হৈ পৰিছে অসহনীয়। উল্লেখ্য যে, এইবাৰৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ উত্তাপে অভিলেখ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...