ভাৰতত পুৰুষৰ তুলনাত কমি আহিছে মহিলাৰ জন্মৰ হাৰ!

ভাৰতত গুৰুতৰ ৰূপ লৈছে লিংগ অসমানতাই। পুৰুষৰ তুলনাত কমি আহিছে মহিলাৰ জন্মৰ হাৰ। শেহতীয়াভাৱে প্ৰকাশ পাইছে এই তথ্য।
কোন ৰাজ্যত কিমান পুৰুষ আৰু মহিলাৰ জন্মৰ হাৰ?
মণিপুৰত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৮৮০ গৰাকী মহিলা
দাদাৰা আৰু নগৰহাভেলীত এই অনুপাত ১০০০:৮৯৮
গুজৰাটত এই অনুপাত ১০০০:৯০৯
হাৰিয়ানাত এই অনুপাত ১০০০:৯১৬
মধ্যপ্ৰদেশত এই অনুপাত ১০০০:৯২১
অসমত এই অনুপাত ১০০০:৯৫৬
বিহাৰত এই অনুপাত ১০০০:৯৬৪
ছত্তীশগড়ত এই অনুপাত ১০০০:৯৪০
হিমাচল প্ৰদেশত এই অনুপাত ১০০০:৯৩৬
ঝাৰখণ্ডত এই অনুপাত ১০০০:৯৪৮
কৰ্ণাটকত এই অনুপাত ১০০০:৯৪৯
কেৰালাত এই অনুপাত ১০০০:৯৬৯
মেঘালয়ত এই অনুপাত ১০০০:৯২২
মিজোৰামত এই অনুপাত ১০০০:৯৫৪
নাগালেণ্ডত এই অনুপাত ১০০০:৯৫৩
ওড়িশাত এই অনুপাত ১০০০:৯৪১
পাঞ্জাবত এই অনুপাত ১০০০:৯২৫
ৰাজস্থানত এই অনুপাত ১০০০:৯৫২
তামিলনাডুত এই অনুপাত ১০০০:৯৩৯
তেলেংগানাত এই অনুপাত ১০০০:৯৩৭
ত্ৰিপুৰাত এই অনুপাত ১০০০:৯৭৪
উত্তৰাখণ্ডত এই অনুপাত ১০০০:৯৫৪
পশ্চিমবংগত এই অনুপাত ১০০০:৯৫১
মহাৰাষ্ট্ৰ, ছিকিম, উত্তৰপ্ৰদেশ আৰু দিল্লীয়ে প্ৰকাশ কৰা নাই তথ্য। আনহাতে, দেশত শিশুৰ মৃত্যুৰ ক্ষেত্ৰতো প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। গাঁৱতকৈ নগৰত অধিক মৃত্যু হয় নৱজাতকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...