ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৫ জনকৈ লোকে

উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। দুখন বাহনৰ সংঘৰ্ষত মৃত্যুক সাৱটি ল’লে ১৫জনকৈ লোকে। ভয়াৱহ দুৰ্ঘটনাটোত আহত হয় ১৬ জন লোক। এখন বাছৰ খুন্দা অভাৰলোডেড পিক আপ ভানত। পিক আপ ভানখনত আছিল ৩০-৩২ জনকৈ লোক। চিকিৎসালয়ত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ উত্তৰপ্ৰদেশ চৰকাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...