প্ৰচণ্ড গুলীয়াগুলিত নিহত ৩জনকৈ লোক

অগ্নিগৰ্ভা মণিপুৰত পুনৰ গুলীচালনাৰ ঘটনা। জিৰিবামত কুকি-মেইটেই সংগঠনৰ মাজত প্ৰচণ্ড গুলীয়াগুলি। গুলীয়াগুলিত নিহত দুয়োপক্ষৰ তিনিজনকৈ লোক। শনিবাৰে পুৱাৰ ভাগতে সংঘটিত হয় এই ঘটনা। ৰশিদপুৰ চাহ বাগিচাত সংঘটিত হয় ২ পক্ষৰ গুলীয়াগুলি। কেইবাঘণ্টা ধৰি দুয়োপক্ষৰ মাজত চলে এই সংঘৰ্ষ। গুলীবিদ্ধ হৈ মৃত্যু ২ কুকি যুৱক আৰু ১ মেইটেই যুৱকৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...