ছিপাঝাৰৰ ভেৰুৱাত দুৰ্ঘটনাগ্ৰস্ত নাগাৰা নামৰ দল, দলটোত আছিল ১৭জনকৈ লোক

ছিপাঝাৰৰ ভেৰুৱাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে চাৰিচকীয়া বাহনে। বাহনখন আছিল এটা নাগাৰা নামৰ দল। কৃষ্ণ শংকৰ মহিলা নাগাৰা নামৰ দলটিত আছিল ১৭জনকৈ লোক ৷ বুঢ়া আৰক্ষীৰ উপস্থিতিত আহতসকলক ততাতৈয়াকৈ দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ আহতসকলৰ বয়স ১৫ৰ পৰা ২০ বছৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01CC9226। বাহনখনৰ চালকজনে মদ্যপান কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। আনফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে চালকজনে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা উদ্ধাৰ হৈছে পানী মিহলি মদ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...