শনিবাৰে পুৱাই দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী

শনিবাৰে পুৱাই দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জৰুৰীভাৱে দিল্লীলৈ তলব। বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বক সাক্ষ্যাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ ৰাষ্ট্ৰীয় নেতৃত্বৰে কৰিব আলোচনা। শীঘ্ৰে বিজেপিয়ে প্ৰকাশ কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা। প্ৰায় ডেৰশ সমষ্টিৰ বিপৰীতে প্ৰকাশ পাব দেশৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। প্ৰথম তালিকাত অসমৰ ৫টা সমষ্টিৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা। অসমৰ ৫ সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ পাব প্ৰথম তালিকাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। নতুন কাঠমি, বগুৰিগুৰীত...

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...