ৰঙীন হৈ পৰিছে কোকৰাঝাৰ, বসন্ত উৎসৱৰ আনন্দত মতলীয়া বড়োভূমি

ৰঙৰ উৎসৱ ফাকুৱা। ভিন্নৰঙী আবিৰৰ ৰং, হোলী গীতৰ মূৰ্ছনাৰে ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ।


হোলী গীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে চৌদিশ। ক’ভিড মুক্ত পৰিৱেশত উলহ মালহেৰে হোলী উদযাপন কৰিবলৈ সাজু ৰাজ্যবাসী।


আকাশ-বতাহত মাথো হোলীগীতৰেই গুঞ্জন৷ চৌদিশ জুৰি ধ্বনিত হৈছে কেবল হোলীগীতৰ অমিয়া সুৰ ৷ মন প্ৰাণ হৰি নিয়া হোলীগীতৰ গুঞ্জনত মুখৰিত আকাশ-বতাহ৷


কোকৰাঝাৰৰ চহৰৰ আৱৰ্ত ভৱনৰ সমীপতে আয়োজিত হৈছে বসন্ত উত্সৱ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই অনুষ্ঠান।


সত্ৰনগৰী বৰপেটা, মাজুলী, বটদ্ৰৱাতো দৌল মহোৎসৱক লৈ ব্যাপক উছাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...