কাশ্মীৰত প্ৰৱল তুষাৰপাত

এয়া শীতৰ সময়। এই সময়তে ধৰাৰ বুকুলৈ নামে কুঁৱলী। তুষাৰপাত বা বৰফ পৰা বুলি ক’লেই মনলৈ আহে কাশ্মীৰৰ কথা। কাশ্মীৰ বুলি ক’লেই যেন পৃথিৱীৰ ভূ-স্বৰ্গ।

শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে কাশ্মীৰত অতিকৈ বৃদ্ধি পাইছে তুষাৰপাতৰ পৰিমাণ।

বৰফৰ আচ্ছাদনত ইফালে কাশ্মীৰৰ বহু গৃহত আকৌ দেখা গৈছে এনেদৰে এখন এখন বৰফৰ চাদৰ।

ঘৰৰ মূধচ পৰ্যন্ত ঢাকি পেলাইছে বৰফে।

কেৱল কাশ্মীৰ বুলিয়ে নহয় দেশৰ ৰাজধানী দিল্লীতো ডাঠ কুঁৱলী দেখা গৈছে। দিল্লীৰ আকৰ্ষণৰ কেন্দ্রবিন্দু তাজমহলকো এনেদৰে ঢাকি ধৰিছে বৰফে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...