জৰুৰী নহ’লে মেঘালয়লৈ নাযাব! মেঘালয় প্রশাসনৰ সতৰ্কবাণী

  • মেঘালয়ত প্ৰবল বৰষুণৰ আগজাননী
  • বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে এই সতৰ্কবাণী
  • সম্ভাব্য বৰষুণৰ বাবে বিশেষ সতৰ্কতা মেঘালয় প্রশাসনৰ
  • জৰুৰী নহ’লে মেঘালয়লৈ নাযাবলৈ আহ্বান প্রশাসনৰ
  • পূব জয়ন্তীয়া হিলছৰ উপায়ুক্তই জাৰি কৰিলে এই জাননী
  • সোমবাৰ আৰু মঙলবাৰে মেঘালয় ভ্ৰমণ নকৰিবলৈ আহ্বান
NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

বান্দৰ ক্ৰয় কৰিবলৈ চীনত লাগিছে হেতা-ওপৰা

নৱবৰ্ষৰ বাবে চীনত বান্দৰৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। আগতে...

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...