গুৱাহাটী

প্ৰতিবছৰে ২ ফেব্রুৱাৰীত বিশ্বজুৰি পালিত হয় বিশ্ব জলাশয় দিৱস

মানুহ আৰু পৃথিৱীৰ ভৱিষ্যতৰ বাবে জলাশয়ৰ সংৰক্ষণ অতি আৱশ্যকীয়। এই সন্দৰ্ভত সচেতনতা সৃষ্টিৰ প্ৰয়াসেৰে প্রতিবছৰে ২ ফেব্রুৱাৰীত পালন কৰা হয় বিশ্ব জলাশয় দিৱস। অসমতো...

যোৰহাট নে নগাঁৱত ভোটযুদ্ধত নামিব সাংসদ গৌৰৱ?

লাহে লাহে শাসক-বিৰোধীৰ চক্ৰবেহুত তৰুণ তনয়গৌৰৱ গগৈক ওফৰাবলৈ ইখনৰ পাছত সিখন ব্লুপ্ৰিণ্টয’ত নিৰ্বাচন খেলিব তাতেই হৰুৱাবলৈ জটিল ভোটৰ অংককংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ দুঠাইত গৌৰৱ গগৈৰ...

ক’ত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি?

মহানগৰীৰ জালুকবাৰীত নিৰ্মাণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি২৫০ফুট উচ্চতাৰ ব্ৰঞ্জেৰে নিৰ্মান কৰা হ'ব প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিটোপ্ৰতিমূৰ্তিৰ তলত থাকিব ৬ মহলীয়া এটি অট্টালিকা প্ৰতিমূৰ্তিথলীত আৰম্ভ হ'ল...

জলসিঞ্চন বিভাগৰ দিনজোৰা কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

খৰালি চন পৰি থকা কৃষিপথাৰ ১২মাহে সেউজীয়া কৰি তুলিব পৰাটোৱেই জলসিঞ্চন বিভাগৰ মূল লক্ষ্য হোৱা উচিত : সিংহল অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ উদ্যোগত তেজপুৰৰ NERIWALM...

ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণৰ ঘটনাক গৰিহণা অসমৰ ১০০গৰাকী লেখক, বুদ্ধিজীৱীৰ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাক নিন্দা কৰি সংবাদ মাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিলে অসমৰ ১০০গৰাকী লেখক, বুদ্ধিজীৱি তথা বিশিষ্ট ব্যক্তিয়ে... প্ৰেছ...

Popular