গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

0 14,346

গুৱাহাটী মহানগৰীৰ মেগজিনত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। ব্যৱসায়ী বাপন নামৰ এজন লোকে গুলীয়াই ছাদ্দাম নামৰ এজনক। সংকটজনক অৱস্থাত ছাদ্দামক ভৰ্তি কৰোৱা হৈছে প্ৰতীক্ষা হাস্পতালত। পূৰ্বৰে পৰা দুয়োৰে মাজত চলি আছিল সংঘাত। মঙলবাৰে জোনাকীনগৰত হঠাতে তৰ্কত লিপ্ত হয় দুয়ো। তৰ্কৰ মাজতে বাপনে পকেটত থকা পিষ্টলটো উলিয়াই গুলীয়াই ছাদ্দামক।

Leave A Reply

Your email address will not be published.