গুৱাহাটী

২০২৪ আৰু ২৫ চনত ক্ৰমে ৩ কোটি আৰু ৫ কোটি গছপুলি ৰোপণৰ কথা ঘোষণা

বৃক্ষ অর্থনীতি সম্প্ৰসাৰণৰ পদক্ষেপ হিচাপে অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনে ৯টা নতুন গীনিজ বিশ্ব অভিলেখ লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত...

হাৱালাৰ ধন আত্মসাৎ কৰা আৰক্ষী-সাংবাদিক গ্ৰেপ্তাৰ

হাৱালা চক্ৰৰ পৰা ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আৰক্ষী-সাংবাদিকঘটনাৰ সৈতে জড়িত এই পৰ্যন্ত গ্ৰেপ্তাৰৰ সংখ্যা ৪ জনলৈ বৃদ্ধিদুজন উপ পৰিদৰ্শক এজন সাংবাদিক আৰু এজন অন্যলোক...

অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাত কোনোবাই কিবা লুকুৱাইছে নেকি?

ধেমাজিৰ অনুষ্কা শইকীয়াৰ মৃত্যু কেনেকৈ হৈছিল। পৰিয়ালৰ অভিযোগ এয়া হত্যাকাণ্ড। আৰক্ষীয়ে ইজনৰ পাছত সিজনক জেৰা চলাইছে। প্ৰেমিক ৰাহুল শইকীয়াকো সোধা-পোছা কৰিছে আৰক্ষীয়ে। যিনিশা অনুষ্কাৰ...

ৰাজ্যজুৰি ৰাসক লৈ ব্যাপক উছাহ

শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ৰাসৰ ৰসেৰে ৰসময় হৈছে উজনি–নামনি। খোল, তাল, গীতে-মাতে মায়াময় হৈ পৰিছে উজনি। পিছপৰি ৰোৱা নাই নামনিৰ ৰাস। নামনিতো...

দালালৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অ’পাৰেশ্যন-2.0

গুৱাহাটীত পিয়াপি দি ফুৰা মাটিৰ দালালৰ বিৰুদ্ধে আৰম্ভ হৈছে মহানগৰ আৰক্ষীৰ অ’পাৰেশ্যন-টু। এইবাৰ মাটিৰ দালাললৈ লক্ষ্য কৰি গৰজি উঠিল আৰক্ষীৰ ছাৰ্ভিছ পিষ্টল। মহানগৰীৰ লখৰা...

Popular