গুৱাহাটী

ঢেকিয়াজুলিৰ শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱ

ঢেকিয়াজুলিৰ শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয় চৌহদত পুৰাতত্ত্ব বিভাগে চলাই থকা অভিযানৰ অগ্ৰগতি নিৰীক্ষণ, ঢেকীয়াজুলিত ৭৭...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বাংলাদেশৰ উচ্চায়ুক্তৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বাংলাদেশৰ উচ্চায়ুক্তৰ।ভাৰতত থকা বাংলাদেশৰ উচ্চায়ুক্ত মঃ মুস্তাফিজুৰ ৰহমানৰ এই সাক্ষাৎ।অসম বিধানসভাৰ সচিবালয় ভৱনত সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক।উচ্চায়ুক্তজনৰ সৈতে আছিল গুৱাহাটীস্থিত...

নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ ৰাজ্য চৰকাৰৰ

বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ বাজেট। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন আৰ্থিক উন্নয়নৰ স্বাৰ্থত এই বাজেট...

শংকৰ সংঘক লৈ আজমল-হিমন্ত বিশ্বৰ বাকযুদ্ধ

বদৰুদ্দিন আজমলে হেনো টোপনি হৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজমলক শংকৰ সংঘৰ সভাই-সমিতিয়ে মাতিলেই নিশা টোপনি নাহে মুখ্যমন্ত্ৰীৰ। ৰঙিয়াৰ শংকৰ সংঘৰ অধিবেশনৰ অন্তিম...

২০২৪–২৫ বৰ্ষৰ বাজেট দাখিল অজন্তা নেওগৰ

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট২০২৪–২৫ বৰ্ষৰ বাজেট দাখিল অজন্তা নেওগৰবাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰীৰ বাজেট ভাষণদেশৰ ৫ ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্তিৰ চেষ্টা‘ভাৰতৰ অৰ্থনীতি ক্ৰমান্বয়ে বিকাশৰ...

Popular