গুৱাহাটী

মুকলিৰ বাবে সাজু চুপাৰ মাৰ্কেটৰ নিৰ্মীয়মান উৰণীয়া সেতু

মুকলিৰ বাবে সাজু মহানগৰীৰ চুপাৰ মাৰ্কেটৰ নিৰ্মীয়মান উৰণীয়া সেতু। দীপাৱলীৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে মুকলি কৰা হ'ব উৰণীয়া সেতুখন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন...

বিজেপিক কেতিয়াও ভোট নিদিয়া মানুহে এইবাৰ ভোট দিছে : মুখ্যমন্ত্ৰী

৫ সমষ্টিত বৃহৎ জয়ৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেলবিজেপিৰ ফলাফল অতি চমকপ্ৰদ: মুখ্যমন্ত্ৰীঅভূতপূৰ্ব জনাদেশৰ বাবে ৰাইজক ধন্যবাদ মুখ্যমন্ত্ৰীৰপ্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি পুৰণ কৰিম: মুখ্যমন্ত্ৰীঅসমৰ আৰু দুই, তিনিটা...

ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলৱৎ

ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলৱৎচুক্তিপত্ৰৰ দ্বাৰাহে ঘৰ ভাড়াত দিব পাৰিব গৰাকীয়েঘৰ ভাড়াত দিলে জনাব লাগিব চৰকাৰককিমান টকাত ভাড়া দিছে জনাব লাগিবচৰকাৰে এটা...

গঁড়ৰ খৰ্গৰ ঔষধি গুণৰ ভ্ৰান্ত ধাৰণা নির্মূল কৰিব লাগিব : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীৰ উপস্থিতিত বোকাখাতত বিনষ্ট কৰা হ’ল ২,৪৭৯টা গঁড়ৰ খৰ্গ ৰাজ্যৰ গৌৰৱ এশিঙীয়া গঁড় সংৰক্ষণৰ দিশত অসম চৰকাৰৰ এক শক্তিশালী পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব...

১ অক্টোবৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন

অৱশেষত ৰাজ্যবাসীক সকাহজনক খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত বলৱৎ হৈ থকা ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে আঁতৰাই দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ১ অক্টোবৰৰ পৰা ৰাজ্যত...

Popular