গুৱাহাটী

দীঘলীপুখুৰীৰ পৰা বামুণীমৈদামলৈ ফ্লাইঅভাৰ; মুখ্যমন্ত্ৰীৰ ঘোষণা

★পৌৰ সভাৰ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত★আমি ভাৰতীয়, জাতি-ধৰ্ম-ভাষাক লৈ বিভেদ কৰিব নালাগে★দাস-কলিতা য'ত যাব জৈন আৰু আগৰৱালা তাত যাব★বিহুক প্ৰত্যেক ঘৰলৈ লৈ যাব লাগে★জুন-জুলাইৰ...

মহানগৰীত ড্ৰাই ডে’ ঘোষণা!

• GMC নিৰ্বাচনৰ বাবে গুৱাহাটী মহানগৰীত ড্ৰাই ডে' ঘোষণা।• বুধবাৰে ৪.৩০ বজাৰ পৰা ২২ তাৰিখৰ ৪.৩০ বজাৰলৈ বাহাল থাকিব ড্ৰাই ডে• ২৪ তাৰিখে অনুষ্ঠিত...

মুখ্যমন্ত্ৰী বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ অজাপৰ

পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ প্ৰলোভনৰাজ্যিক নিৰ্বাচনী আয়োগক অভিযোগ অজাপৰমুখ্যমন্ত্ৰী বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ড্ৰাগছৰ বিৰুদ্ধে একচন মুডত অসম আৰক্ষী

লামডিঙত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। লামডিঙৰ নিউ কলনিৰ পৰা ড্ৰাগছ সহ আটক এজন যুৱক। আটকাধীন যুৱকজন অভিজিৎ ৰয় ওৰফে সুভম। অভিজিৎ ৰয়ৰ পৰা আৰক্ষীয়ে ৯ গ্ৰাম হেৰ'ইন...

মনলৈ সঘনাই খং উঠে নেকি? পঢ়ক আৰু সমাধান লওক!

সফলতা লাভৰ ক্ষেত্ৰত এক অন্যতম অথন্তৰ হৈছে বিৰক্তি। কোনো কামত বিৰক্তি অনুভৱ হ'লে কামৰ প্ৰতি আসক্তি কমি যায়। যাৰ বাবে মনলৈ আহে খং আৰু...

Popular