২০২৩ চনত আলফাৰ কেইবাটাও কেম্প উৰুৱাৰ পৰিকল্পনা অসম আৰক্ষী

  • আলফা(স্বাঃ)ত অসম আৰক্ষীৰ চোৰাংচোৱা
  • আলফা(স্বাঃ)ৰ কেম্পত বন্দী অসম আৰক্ষীৰ চোৰাংচোৱা
  • বাইহাটাৰ সঞ্জীৱ শৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তি
  • যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশত যোগদান কৰিছিল আলফা(স্বাঃ)ত
  • জ্যেষ্ঠ ভাতৃৰ হত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ কৈছিল আৰক্ষীয়ে
  • জ্যেষ্ঠ ভাতৃ অপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যু হৈছিল মণিপুৰ এম্বুশ্বত
  • যোৰহাটৰ সেনা বিষয়া ধুনুমণি শইকীয়াৰ সহযোগত যোগদান আলফা(স্বাঃ)ত
  • অভিযান সফল হ’লে সঞ্জীৱ শৰ্মাক ১ কোটি টকা দিয়াৰ প্ৰলোভন দিছিল পাৰ্থ সাৰথি মহন্তই
  • আলফা(স্বাঃ)ৰ কেম্পত ধৰা পৰিলে মিছা কথা ক’বলৈ দিয়া হৈছিল সঞ্জীৱক
  • ২০২৩ চনত আলফাৰ কেইবাটাও কেম্প উৰুৱাৰ পৰিকল্পনা কৰা হৈছিল
  • আলফাৰ ক’ত,কিমান শিবিৰ আছে সেই বিষয়ে তথ্য ল’বলৈ দিয়া হৈছিল সঞ্জীৱক
  • সঞ্জীৱ শৰ্মাক অসম আৰক্ষীয়ে দিছিল বিশেষ পাছৱৰ্ড
  • পাছৱৰ্ডটো আছিল ৭৮৯৬
  • এসপ্তাহ পূৰ্বে সেনাৰ সৈতে বৈঠকত বহিছিল সঞ্জীৱ শৰ্মা
  • এবছৰ পূৰ্বৰে পৰা ঘৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছিল সঞ্জীৱ শৰ্মাৰ
  • মাঘ বিহুৰ সময়ত ঘৰলৈ আহিছিল সঞ্জীৱ
  • দুদিনমান ঘৰত থাকি পুনৰ নিখোজ হৈছিল সঞ্জীৱ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...