টুইটাৰক নতুন মাত্ৰা দিয়াৰ লক্ষ্য ইলন মাস্কৰ

  • ৪৪ বিলিয়ন নগদ ডলৰাত টুইটাৰ ক্ৰয় কৰিব ইলন মাস্কে
  • ভাৰতীয় টকাৰ হিচাপত ৩.২লাখ কোটি টকাত ক্ৰয়ৰ প্ৰস্তাৱ
  • প্ৰতি শ্বেয়াৰত পৰিশোধ কৰিব ৫৪.২০ ডলাৰ
  • টুইটাৰক নতুন মাত্ৰা দিয়াৰ লক্ষ্য ইলন মাস্কৰ
  • গণতন্ত্ৰৰ বাবে টুইটাৰক মুক্ত বাকশক্তিৰ মঞ্চ হিচাপে গঢ়ি তোলাৰো লক্ষ্য
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...