গুৱাহাটী

The voice of Nepalত বিচাৰক প্ৰমোদ খৰেলে গালে জুবিনৰ গান

মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি...অসমতে নহয়, নেপালতো জনপ্ৰিয় জুবিন গাৰ্গ। The voice of Nepalত অসমৰ উপাসনা ৰিজালৰ সন্মুখত বিচাৰক প্ৰমোদ খৰেলে পৰিৱেশন...

BCCIৰ যুটীয়া সম্পাদক হ’ব এজন অসমীয়া!

BCCIৰ আমূল পৰিৱৰ্তনৰ বাবে প্ৰস্তুতি তুংগতACAৰ পৰা BCCIলৈ যাব দেৱজিৎ লন শইকীয়াশইকীয়া BCCIৰ যুটীয়া সম্পাদক হোৱাৰ সম্ভাৱনামঙলবাৰে মনোনয়ন দাখিল কৰিলে দেৱজিৎ শইকীয়াইBCCIৰ সাল-সলনিক লৈ...

আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়া

আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়ানুন্যতম ১০ টকাৰ পৰা সৰ্বাধিক ৩০ টকালৈ বৃদ্ধি ভাড়াসংগোপনে ভাড়া বৃদ্ধিক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াNKTVৰ বাতৰিৰ পিছতেই স্পষ্টীকৰণ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ০-৫...

চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰে ভূপেন বৰাই

চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰে ভূপেন বৰাই কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিৰ কাৰ্যালয়ত নদী গৱেষণা কেন্দ্ৰ হ'বই বিজেপিৰ নেতাই নিজৰ সম্পত্তি ৰাজহুৱা কৰক ওমৰ...

ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্ৰইলাৰ মাংসৰ দাম

ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্ৰইলাৰ মাংসৰ দাম। ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধি পাইছে প্ৰতি পষেকত ২০-৩০ টকাকৈ। দাম বৃদ্ধিত হাহাকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে সাধাৰণ ৰাইজৰ।...

Popular