ভাঙি পেলোৱা হ’ব কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন

ভাঙি পেলোৱা হ’ব কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন। ৰাজীৱ ভৱনত নিৰ্মাণ কৰা হ’ব বাণিজ্যিক কেন্দ্ৰ। বাণিজ্যিক কেন্দ্ৰৰ সৈতে একেলগে থাকিব দলীয় কাৰ্যালয়। বাণিজ্যিক কেন্দ্ৰ নিৰ্মাণৰ বাবে বিল্ডাৰ বিচাৰিবলৈ ইতিমধ্যে ৪ জনীয়া এখন কমিটী গঠন কৰিছে প্ৰদেশ কংগ্ৰেছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...