আৱাহনৰ দুষ্কাৰ্যৰ বিৰুদ্ধে সৰৱ বৌদ্ধিক মহল

0 116

ৰাজ্যজুৰি প্রতিবাদ অব্যাহত আছে ‘লভিতা’ক লৈ। জ্যোতিৰ অমৰ সৃষ্টি লভিতাক বিকৃত ৰূপত উপস্থাপন কৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু আৱাহন থিয়েটাৰৰ বিৰুদ্ধে সৰৱ হৈছে সকলো। আনকি প্রতিবাদ কৰিছে ড০ হীৰেন গোহাঁইৰ দৰে বিশিষ্ট ব্যক্তিয়েও।

Leave A Reply

Your email address will not be published.