গুৱাহাটী

নামত আছে কামত নাই, গুৱাহাটীত ‘অচল’ শীততাপ নিয়ন্ত্ৰিত যাত্ৰী জিৰণি চ’ৰা

মাৰ্চ মাহৰ আৰম্ভণিৰে পৰা গ্ৰীষ্মৰ প্ৰভাৱ পৰিলক্ষিত হৈছে অসমত। এইবাৰ বৰষুণ কম হোৱাৰ বাবে আৰু বতৰ পৰিৱৰ্তনৰ বাবে গৰম বাৰুকৈয়ে অনুভৱ কৰিছে ৰাজ্যবাসীয়ে। এনেহেন...

কৰ, বকেয়া আদায়ৰ বাবে শনি, দেওবাৰেও খোলা থাকিব DTO অফিচ

শনি আৰু দেওবাৰেও খোলা থাকিব ৰাজ্যৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়। কৰ সংগ্ৰহ আৰু বকেয়া আদায়ৰ বাবে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় খোলা ৰখাৰ সিদ্ধান্ত বিভাগটোৰ।...

দ্য কাশ্মীৰ ফাইলচ চোৱা কৰ্মচাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্ধছুটী

দেশজুৰি চৰ্চিত এখন চিনেমা দ্য কাশ্মীৰ ফাইলচ। এই চিনেমাখন চাবলৈ বিচৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, অধ্যাপকক দিয়া হ'ব অৰ্ধছুটী। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী যোগে...

‘গৰীয়সী’ৰ নতুন সম্পাদকৰ দায়িত্বত সাহিত্যিক ৰীতা চৌধুৰী

জনপ্ৰিয় সাহিত্য আলোচনী ‘গৰীয়সী’ৰ নতুন সম্পাদকৰ দায়িত্ব ল’ব প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰীয়ে। সাহিত্য জগতৰ প্ৰতিষ্ঠিত লেখিকাগৰাকী নেচনেল বুক ট্ৰাষ্টৰো সঞ্চালিকা আছিল। মাকাম, দেওলাংখুই, এই...

বাঢ়িল পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ দাম! বৃদ্ধি পালে বিদ্যুতৰ মাচুলো

ক’ভিডকেন্দ্ৰিক পৰিস্থিতিয়ে অৰ্থনৈতিকভাৱে জুৰুলা কৰা অসমবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ ৰামটাঙোন চৰকাৰৰ। একেনিশাই ভিতৰতে সৰ্বসাধাৰণৰ বাজেটত লগালে আউল। অহা মাহত আপোনাৰ মাহেকীয়া বাজেটত আৰু অলপ...

Popular