গুৱাহাটী

কাইলৈ অসমীয়া প্ৰশ্নকাকত থানাৰ পৰা চমজি নল’বলৈ নিৰ্দেশ SEBAৰ

পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক তথা শিক্ষা বিষয়ালৈ ছেবাৰ জৰুৰী নিৰ্দেশনাকাইলৈ অসমীয়া প্ৰশ্নকাকত থানাৰ পৰা চমজি নল’বলৈ নিৰ্দেশথানালৈ গৈ পুনৰ ছীল কৰিব লাগিব অসমীয়াৰ প্ৰশ্নকাকতৰ টোপোলাছীল...

অজন্তা নেওগৰ বাজেটত ১৪খন উৰণীয়া সেতুৰ প্রস্তাৱ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট সৰ্বকালৰ সৰ্বশ্রেষ্ঠ হ’ব বুলি ঘোষণা কৰিছিল। সেয়া হৈছেনে নাই বিশেষজ্ঞই জনাব। কিন্তু বাজেটত আন্তঃগাঁথনি বিকাশৰ বাবে...

অসম বাজেট : কোন বিভাগলৈ কিমান কোটি টকা?

পৰিৱেশ আৰু বন বিভাগৰ বাবে ১০৫৬.৭০ কোটি টকা আবণ্টনআবকাৰী বিভাগৰ বাবে আবণ্টন দিয়া হৈছে ৯৯.৫৭ কোটি টকামীন বিভাগৰ বাবে আবণ্টন ১৭৫.০২ কোটি টকাখাদ্য, অসামৰিক...

মঞ্জু বৰা, লিনা শৰ্মা, কাবেৰী শৰ্মা, শান্তি দলেলৈ সদিচ্ছা বঁটা; জবা দাসলৈ সদিচ্ছা সাংবাদিক সন্মান, ২০২৩

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে গুৱাহাটীৰ চান্দমাৰি কলনীস্থিত পেঞ্চনাৰ ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪ গৰাকী বিদূষী মহিলাক "সদিচ্ছা বঁটা ২০২৩" প্ৰদান কৰা হয়...

Popular