গুৱাহাটী

মহানগৰীৰ ওখ অট্টালিকাসমূহৰ অগ্নি নিৰ্বাপন ব্যৱস্থাৰ পৰিদৰ্শন কৰি প্ৰয়োজনীয় নীতি-নিয়ম মানি নচলা অট্টালিকাসমূহৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সঞ্চালক এছ এন সিঙৰ সৈতে মন্ত্ৰী অশোক সিংহলৰ বিশেষ বৈঠক মন্ত্ৰী অশোক সিংহলে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান তথা অগ্নি আৰু...

বাহিনী নৈৰ বুকুত হোৱা অবৈধ নিৰ্মাণকাৰ্যত অনুমতি প্ৰদান কৰা পৌৰ নিগমৰ বিষয়ববীয়াৰ বিৰুদ্ধে হ’ব শাস্তিমূলক ব্যৱস্থা

বিভাগীয় বিষয়াসকলক লগত লৈ মহানগৰীৰ বিভিন্ন স্থানত বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী...

মিজোৰামৰে ৰে’ল সংযোগৰ আটাইতকৈ ওখ ব্রীজ পিয়েৰৰ অভিনৱ নিৰ্মাণ সম্পূৰ্ণ

ভাৰত চৰকাৰৰ সকলো উন্নয়নমূলক কার্যসূচীত উত্তৰ-পূৰ্ব্বাঞ্চলৰ এক বিশেষ স্থান আছে। ভাৰতীয় ৰেলৱেই কেইবাটাও নতুন ৰেলপথ প্ৰকল্পৰ কাম বাস্তৱায়নৰ দ্বাৰা উত্তৰ পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰূপান্তৰণৰ দিশত...

কিবিথুত নিশা যাপন কৰাটো চীনৰ বাবে শক্তিশালী বাৰ্তা

দুদিনীয়া কাৰ্যসূচী লৈ উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সোমবাৰে অমিত শ্বাহে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰে। ডিব্ৰুগড়ত শ্বাহক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত...

উপাৰ্জনৰ বাবে চাফাই কৰ্মীৰ কামো কৰিবলৈ বাধ্য হৈছিল ৰিংকু সিং

IPLৰ ক্ৰিকেট বিশ্ব স্তম্ভিত ৰিংকু সিঙৰ বেটিং দৌৰাত্ম্যতঅন্তিম ৫টা বলত ৫টা ছিক্সাৰ কোবাই জিকালে KKRকৰিংকুক লৈ উৎসাহিত BCCIৰ পৰা ICCলৈ সকলোIPLৰ গ্লেমাৰ বয়ত পৰিণত...

Popular