গুৱাহাটী

প্ৰসংগঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ; ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে ফাষ্টট্ৰেক আদালতত সাক্ষ্যদান কৰিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই। জুবিন গাৰ্গৰ ঘটনাৰ সময়ত য়টখনত উপস্থিত আছিল...

আজিও চূড়ান্ত নহ’ল শ্যামকানু মহন্তৰ জামিনৰ শুনানি; নৱেম্বৰৰ প্ৰথম সপ্তাহত পুনৰ শুনানি গ্ৰহণ কৰিব ছুপ্ৰিম ক’ৰ্টে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ পুনৰ অনিশ্চয়তা। আজি উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত শুনানি হয়। আদালতৰ কাৰ্যসূচী...

দিন হাজিৰা কৰি ৰাতি সমৰ কলাৰ সাধনা; সংগ্ৰামৰ মাজতে ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ওৰাঙৰ আমিৰ উদ্দিনে

দৰিদ্ৰতাক নেওচি কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলেৰে সমৰ কলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ওদালগুৰি জিলাৰ ওৰাঙৰ চুবুৰা-চুবুৰিৰ যুৱ খেলুৱৈ আমিৰ উদ্দিনে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত...

ৰাজ্যৰ অবৈধ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ শিক্ষাবিভাগ; ২৫ জিলাৰ শতাধিক বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশ

ৰাজ্যৰ নিয়ম-বৰ্হিভূতভাৱে পৰিচালিত ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসম শিক্ষাবিভাগে। প্ৰয়োজনীয় নিয়মাৱলী আৰু চৰ্ত সম্পূৰ্ণ নকৰা বিদ্যালয়সমূহৰ বিৰুদ্ধে পঞ্জীয়ন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ...

ৰাজগড়ৰ শুভলক্ষ্মী এপাৰ্টমেণ্টত মহিলাক প্ৰাণে মৰাৰ চেষ্টা; মহিলাক ৰডেৰে আক্ৰমণৰ অভিযোগ এপাৰ্টমেণ্ট পৰিচালনা সমিতিৰ সদস্যৰ বিৰুদ্ধে

মহানগৰীৰ গুৱাহাটীৰ ৰাজগড়স্থিত শুভলক্ষ্মী এপাৰ্টমেণ্টত সংঘটিত এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী মহিলাক ৰডেৰে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে...

Popular