গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত গাড়ী চোৰৰ গেং

গুৱাহাটীৰ মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং

ভঙাগড় আৰক্ষীয়ে মেঘালয়ৰ জুৱাইৰ পৰা খেদি খেদি গ্ৰেপ্তাৰ কৰে দুটা চোৰ, জব্দ কৰে এখন চুৰি গাড়ী

ABCৰ এজন ব্যৱসায়ীৰ Bolero Pick up গাড়ী চুৰি কৰি শ্বিলং অভিমুখে গৈ আছিল ধৃত চোৰ কেইটা

AS 01 FC 7935 নম্বৰৰ Bolero Pick Up গাড়ী খনত লগোৱা আছিল GPS

GPSৰ সহায়ত আৰক্ষীয়ে জোঁৱাইৰ পৰা জব্দ কৰে চুৰি হোৱা গাড়ী খন

গ্ৰেপ্তাৰ হোৱা চোৰ কেইটাৰ নাম আজীজুল আলী, জনিনুদ্দিন আলী

ধৃত চোৰ কেইটাৰ স্বীকাৰউক্তিৰ ভিত্তিত আজাৰাৰ পৰা গ্ৰেপ্তাৰ হ’ল আমিৰ আৰু ৰাজাক আলী নামৰ আন দুটা গাড়ী চোৰৰ

লগতে আজাৰাৰ পৰা জব্দ কৰে এখন আৰ্তিগা গাড়ী

গাড়ী চোৰৰ গেংটোৰ বিৰুদ্ধে মহানগৰীৰ কেইবাখনো থানাত ৰুজু হৈ আছে গোচৰ

ফটাশিল আমবাৰী থানাই গ্ৰেপ্তাৰ কৰে আন ৪ টা বাইক চোৰ

ৰেকিবুল হুছেইন, ছামহেদ আলী, জাকিৰ হুছেইন, বিপাল হুছেইন

এই বাইক চুৰি গেঙটোৱে গুৱাহাটী মহানগৰীৰ পৰা কেবাখনো বাইক চুৰি কৰি বিক্ৰী কৰিছিল বৰপেটাত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...