- প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
- কৃষি আইন বাতিলৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ
- ৩ কৃষি আইন বাতিল কেন্দ্ৰীয় চৰকাৰৰ
- কৃষকৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে
- প্ৰায় এবছৰ ধৰি চলিছিল কৃষকৰ আন্দোলন
- আন্দোলন এৰি কৃষিত মনোনিৱেশৰ আহ্বান কৃষকক
- ‘আমি বহু চেষ্টা কৰিও একাংশ কৃষকক বুজোৱাত ব্যৰ্থ হ’লো’
- ‘কৃষকসকলৰ হিতৰ বাবে অনা হৈছিল এই কৃষি আইন’
- ‘মই কৃষকৰ পৰিশ্ৰম আৰু প্ৰত্যাহ্বান ওচৰৰ পৰা দেখিছো’
- দেশবাসীৰ ওচৰত ক্ষমা প্ৰধানমন্ত্ৰী মোদীৰ
- সংসদৰ পৰৱৰ্তী অধিৱেশনত কৃষি আইন বাতিলৰ সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিব