অৱশেষত ধাৰ্য কৰা হ’ল দিন, ২৮ মাৰ্চত শপত ল’ব প্ৰমোদ সাৱন্তে

অৱশেষত জল্পনা-কল্পনাৰ অৱসান। ধাৰ্য কৰা হ’ল গোৱাৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ দিন। অহা ২৮ মাৰ্চত মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰলৈ শপতগ্ৰহণ কৰিব প্ৰমোদ সাৱন্তে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা ১০ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত গোৱা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী পদক লৈ যথেষ্ট চৰ্চা চলিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...